Song: Premoreh Khiriki
Artist:  Jyotin
Year: 2022
Viewed: 20 - Published at: 5 years ago

ৰাতিৰ উমাল জাৰৰ নিশাতে ।
তোমাৰ সতে পতা গোপন কথা।
ছায়া হৈ আহা মনলে |
আঁকোৱালি লোৱা বুকুতে।

সপোন দেখো দিঠকতে |
পুলকিত হও সেই আশাবোৰতে |
আহানা কাষলে এবাৰ মোৰ হবলে |

আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |

🎶

ফাগুনৰ চেচা বতাহ জাকে |
ৰিমঝিম মনতে শিহৰণ আনে |
লৈ যোৱা মোক তোমাৰ কাষলে |
পামনে তোমাক মোৰ কাষতে |
সপোন দেখো দিঠকতে |
পুলকিত হও সেই আশাবোৰতে |
আহানা কাষলে এবাৰ মোৰ হবলে |

আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |

🎶

Yes! Love is beautiful......

( Jyotin )
www.ChordsAZ.com

TAGS :